Local, Vocal, Global

WATCH | Nalbari News : টিহু বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নলবাৰী,২২এপ্ৰিল : নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ।

৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৬ নং বগুৰিহাটী-বাটসৰ গাওঁ পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত আৰু মিত্ৰজোটৰ সমৰ্থিত আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ প্ৰাৰ্থী অর্চনা মেধি ওৰফে জুনু মেধিয়ে ঘৰে ঘৰে ঘৰে গৈ চলাইছে প্ৰচাৰ(Nalbari News)।

লগতে পঢ়ক : WATCH | Large quantity of ganja seized: চাপৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ, আটক এজনক