WATCH | Nalbari News : একাংশ বিধ্বস্ত পথে জলা-কলা খুৱাইছে বৰক্ষেত্ৰীৰ ৰাইজক
নলবাৰী,২০ এপ্ৰিল : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে বৰক্ষেত্ৰীৰ ৰাইজক। পথটোৰ বাবে ৰাইজে ভুগি আহিছে দুৰ্ভোগ ।
সোনকালে পথটো মেৰামতিৰ বাবে দাবী জনাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক কুমাৰ কলিতাক(Nalbari News )।
লগতে পঢ়ক : WATCH |Zubeen Garg : ‘এন্ধাৰ হ’ব নোৱাৰো, মচি দিব নোখোজো…’