Local, Vocal, Global

WATCH | Nalbari News : নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

নলবাৰী,১৯এপ্ৰিল : নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ ।

৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তর্গত ৩০ নং নাৰায়ণপুৰ সাপকাটা গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী জেলীমা বেগমৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান।

দুখীয়া দৰিদ্ৰ লোকক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে দমকলৰ ছবিত প্ৰাৰ্থীত্ব আগবঢ়াইছে নাৰায়ণপুৰ গাঁও নিবাসী জেলীমা বেগমে(Nalbari News)।

লগতে পঢ়ক : WATCH | Dhing News : ধিঙত অসম জ্যোতি সংঘৰ উদ্যোগত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক মুকলি বিহু অনুষ্ঠন