WATCH | Nalbari News : সুদীৰ্ঘ ৪২ বছৰ পিছত মহামিলন ঘটিল গুৰু-শিষ্যৰ
নলবাৰী,১৫এপ্ৰিল : সুদীৰ্ঘ ৪২ বছৰ পিছত মহামিলন ঘটিল গুৰু-শিষ্যৰ।
১৯৮৩ চনৰ প্ৰাক্তন ছাত্ৰই পহিলা ব’হাগত ল’লে প্ৰসংশনীয় পদক্ষেপ।
কৃতি শিক্ষক অনন্ত কুমাৰ হালৈক বিহুৰ শুভেচ্ছা জনালৈ প্ৰাক্তন ছাত্ৰই(Nalbari News)।
জগাৰা হাইস্কুলৰ ১৯৮৩ চনৰ প্ৰাক্তন ছাত্ৰই সম্বৰ্ধনা পত্ৰ, শৰাই, ছাতি, ধুতি পাঞ্জাবী আদিৰে জনালে সম্বৰ্ধনা।
লগতে পঢ়ক : WATCH | Moirabari News : মৈৰাবাৰীত “অগ্নি সেৱা সপ্তাহ” উদযাপন