Local, Vocal, Global

WATCH | Nalbari News : নলবাৰীত এটি পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ

নলবাৰী,১৩ এপ্ৰিল : নলবাৰীত এটি পৰিয়ালৰ প্ৰসংশনীয় পদক্ষেপ।

ৰাজহুৱা শ্মশান নিৰ্মাণ কৰিলে চিকিৎসক মনোৰঞ্জন শৰ্মাৰ পৰিয়ালে।

প্রয়াত পঞ্চানন শৰ্মা আৰু প্ৰয়াত ইন্দুমতী দেৱীৰ সোঁৱৰণত নিৰঞ্জন শৰ্মাৰ উদ্যোগত নির্মিত ৰাজহুৱা শ্মশানৰ উদ্বোধনী সভাত উপস্থিত বিভিন্ন প্ৰান্তৰ বিশিষ্ট লোকৰ।

শ্মশানক লৈ নন্দ সিং বৰকলা ৰচিত কবিতা পাঠ কৰে সাহিত্যিক ভূপেন গোস্বামীয়ে। পশ্চিম খাটাৰ কালাকুছি, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগনত অনুস্থিত শ্মশানৰ উদ্বোধনী সভাৰ আজিৰ ১৩ এপ্রিল ৰবিবাৰৰ দিনটো স্মৰণীয় হৈ থাকিব(Nalbari News)।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : কামৰূপ জিলাৰ ৮নং বেকেলি জিলা পৰিষদত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজ্যোতি ৰাভা