WATCH | Nalbari News : পঞ্চায়ত নিৰ্বাচনক লৈ আশাবাদী বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণ
নলবাৰী,১২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনক লৈ আশাবাদী বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণ। বৰক্ষেত্ৰীত শাসকীয় দলৰ হেজাৰ বাধা আৰু কুটিল ৰাজনীতি ওফৰাই মনোনয়ন দাখিল কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ।
সুদীৰ্ঘ ২৩ বছৰ ধৰি ৰাজনীতি কৰা এগৰাকী মহিলাই বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে(Nalbari News)।
আগন্তুক ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫৩ নং জয়সাগৰ কেকানকুছি গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী
ৰীণা মণি বড়োৱে সুদীৰ্ঘ ২৩ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে কংগ্ৰেছ দলত।
লগতে পঢ়ক :WATCH | Hanuman Jayanti 2025 : আজি হনুমান জয়ন্তী;বকোৰ ধূপগুৰী হনুমান মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত