Local, Vocal, Global

WATCH | Nalbari News : বৰক্ষেত্ৰীৰ কাপলাবড়ীত পানীত পৰি অকাল মৃত্যু কিশোৰীৰ

নলবাৰী,৪এপ্ৰিল : বৰক্ষেত্ৰীত শোকাবহ ঘটনা! বৰক্ষেত্ৰীৰ কাপলাবড়ীত পানীত পৰি অকাল মৃত্যু কিশোৰীৰ।মৃত কিশোৰীগৰাকী কে. বি. মিলনজ্যোতি জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণী ছাত্ৰী জেৰিফা ইয়াছমিন(Nalbari News) ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ কিশোৰীগৰাকীৰ অকাল মৃত্যুত শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলটো।

উল্লেখ্য যে কাপলাবড়ী লাউপাৰাৰ জাহিদুল ইছলাম নামৰ লোকজন একমাত্ৰ কন্যা সন্তান জেৰিফা ইয়াছমিন(১২) নামৰ কে. বি. মিলনজ্যোতি জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰীগৰাকীয়ে বৰলীয়াৰপাৰৰ সমীপৱৰ্তী ৩ নং কন্ধবাৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ দুপৰীয়া ২.৩০ বজাত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হয় ।

লগতে পঢ়ক : WATCH |Jamugurihat News: নদুৱাৰৰ বালিজুৰিত বিহু কৰ্মশালাৰ সফল সামৰণি