WATCH | Nalbari News: বৰক্ষেত্ৰীত ডিজিটেল ইণ্ডিয়াৰ ফোঁপোলা স্বৰূপ
নলবাৰী,২৬ফেব্ৰুৱাৰী : বৰক্ষেত্ৰীত ডিজিটেল ইণ্ডিয়াৰ ফোঁপোলা স্বৰূপ।
নলবাৰী জিলাৰ ১ নম্বৰ কাপলাবড়ীস্থিত এখন দলঙৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে পথচাৰীক।
ভগ্ন জৰাজীৰ্ণ দলঙখনেৰে ২ নম্বৰ কাপলাবড়ী-কলপতা চৰলৈ সঘন অহা যোৱা কৰে অঞ্চলবাসীয়ে(Nalbari News)।
মূল পাৰঘাটটো চৰাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ গৈছে জৰাজীৰ্ণ দলং খনেৰে। চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও বিপদসংকুলভাৱে অহা-যোৱা কৰে পথটোৰে।
লগতে পঢ়ক :WATCH | Maha Shivratri : সাংসদ গৌৰৱ গগৈৰ শিৱ দৌলত পূজা অৰ্চনা