Local, Vocal, Global

Nagon News:ৰাজপথৰত দাউ-দাউকৈ জ্বলিল বিকল এস্কেভেটৰ

নগাঁও,২০জানুৱাৰী : নগাঁও চহৰৰ লখিনগৰ চাৰিআলিৰ সমীপত নিশা অঘটন।

ৰাজপথৰ ওপৰতে দাউ-দাউকৈ জ্বলিল এখন বিকল এস্কেভেটৰ।

বিকল এস্কেভেটৰ খন এখন ক্ৰেনৰ সহায়ত টানি অনাৰ সময়তেই সংঘটিত হয় অগ্নিকাণ্ডৰ(Nagon News)।

এস্কেভেটৰ খনত শ্বৰ্ট-চাৰ্কিত হোৱাৰ ফলতেই জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ।

ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

লগতে পঢ়ক :Bir Lachit Sena leader detained: ৰাজপথত দাদাগিৰি দেখুওৱাই আটক বীৰ লাচিত সেনাৰ নেতা