Local, Vocal, Global

WATCH | Nagerbera News : নগৰবেৰাত জঘন্য ঘটনা;প্ৰেমৰ ছালনাৰ ছানিদুল ইছলামৰ নিকৃষ্ট কাণ্ড

নগৰবেৰা,২৫মাৰ্চ : নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহাৰা গাঁওত কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। অভিযুক্ত ধৰ্ষণকাৰী যুৱকজন ছানিদুল ইছলাম ।

পক্স’ আইনৰ ৬০৮ ধাৰাৰ অধীনত যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে নগৰবেৰা আৰক্ষীয়ে(Nagerbera News)।

পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

লগতে পঢ়ক : WATCH | Drinking Water Issue: ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি