WATCH | Nagarbera News : বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চেঙাত
নগৰবেৰা,২২মাৰ্চ : বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত চেঙাত । চেঙাৰ বাঘমাৰাচৰত শতাধিক AIUDF কৰ্মীয়ে প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।
ত্ৰিবেদীয়ে ধুবুৰী লোক সভা সমষ্টিক মিনি বাংলাদেশ বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি সংসদীয় সমষ্টিৰ চেঙাৰ বাঘমাৰাচৰত শতাধিক AIUDF কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰে।
এনে দেশদ্ৰোহী মন্তব্য কৰাৰ বাবে তেওঁৰ সাংসদ পদ খাৰিজৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে(Nagarbera News)।
লগতে পঢ়ক : WATCH | Bishwanath News : বিশ্বনাথৰ পাভৈ মীন পামত অৰুণাচল প্ৰদেশ উৎসাহি মীন পালকক প্ৰশিক্ষণ প্ৰদান