WATCH | Nagaon Theft : নগাঁও নতুন বজাৰৰ এ.ডি.পি ৰোডত পৰা চাৰিচকীয়া বাহন চুৰি
নগাঁও,৩জুন : নগাঁও নতুন বজাৰৰ এ.ডি.পি ৰোডত পৰা চাৰিচকীয়া বাহন চুৰি ।
উত্তম মোদী নামৰ এজন লোকৰ বলেৰ বাহনখন যোৱা নিশা চোৰে চুৰি কৰি লৈ যায় ।
উল্লেখ্য যে, কোনো নথকাৰ সুযোগ লৈ বাহনখন চোৰে চুৰি কৰি লৈ যায়(Nagaon Theft)।
ঘটনা সন্দৰ্ভত ইটাচালি আৰক্ষী চকীয়ে ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক : WATCH | Mangaldoi News : বঙালাগড় সাপ্তাহিক বজাৰ অহা বৃহস্পতি বাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব