Local, Vocal, Global

WATCH | Nagaon Pressmeet : নগাঁও প্ৰেছ ক্লাবত নগাঁও জিলা NSUI ৰ সংবাদমেল

নগাঁও,১৮জুন : নগাঁও প্ৰেছ ক্লাবত নগাঁও জিলা NSUI ৰ সংবাদমেল । ২০২৩ চনত অসম চৰকাৰে ৬ খনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ কৰিছিল বিশ্ববিদ্যালয় সমূহ বৰ্তমানো নামমাত্ৰ হে থাকিল।

আজিকোপতি বিশ্ববিদ্যালয়সমূহত কোনো ধৰণৰ উপাচাৰ্যৰ নিযুক্তি দিব পৰা নাই অসম চৰকাৰে(Nagaon Pressmeet)। ছাত্ৰ সমাজৰ বহল ভিত্তিৰ স্বাৰ্থত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তি দিব লাগে।
বৰ্তমান এই বিশ্ববিদ্যালয়সমূহৰ অৱস্থা আছে গৰু নাবাই হাল এনে গৰু থকা নথকাই ভালৰ দৰে হৈছে । নামমাত্ৰ হৈ থকা বিশ্ববিদ্যালয় সমূহক চলন্ত ৰূপত কাৰ্য্যক্ষম কৰিব লাগে অসম চৰকাৰে ।

নগাঁও প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ নগাঁও জিলা NSUI সভাপতি পল্লব জ্যোতি নাথৰ।

লগতে পঢ়ক : WATCH | Sonapur News : সমন্বয়ৰক্ষী সমিতিৰ আজি সোণাপুৰত সংবাদমেল