Local, Vocal, Global

WATCH | Nagaon News: নগাঁৱৰ প্ৰেছ ক্লাবত ইউনাইটেড পিপল’ৰ ফৰামৰ সংবাদ মেল

নগাঁও,২৩ফেব্ৰুৱাৰী : নগাঁৱৰ প্ৰেছ ক্লাবত ইউনাইটেড পিপল’ৰ ফৰামৰ সংবাদ মেল।

আমি কোনো ৰাজনৈতিক দল নহয়।

সাংসদ ৰকিবুল হুছেইনৰ উপৰত হোৱা আক্ৰমনক আমি ধিক্কাৰ জনাইছো(Nagaon News)।

ৰকিবুল হুচেইনৰ ওপৰত হোৱা এই আক্ৰমনে সমাজলৈ এটা বেয়া বাৰ্তা কঢ়িয়াই আনিছে।

খাকি পোছাকৰ ওপৰত চলোৱা আক্ৰমনে সমাজৰ পৰিৱেশ বিনষ্ট কৰিছে।

৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো বৰ্তমানলৈকে আৰক্ষীয়ে এজনো আক্ৰমনকাৰীক আটক কৰা নাই।

ইউনাইটেড পিপল’ৰ ফৰামৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক দাবী জনাইছো যে অতি শীঘ্ৰে আক্ৰমনকাৰীক আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ।

শনিবাৰে নগাঁও প্ৰেছ ক্লাবত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইউনাইটেড পিপল’ৰ ফৰামৰ সদস্যই।

লগতে পঢ়ক :WATCH | Dhemaji News: চিলাপথাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ