WATCH | Nagaon News: নগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
নগাঁও,২২ফেব্ৰুৱাৰী : নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত নগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰূপহীহাটত দুৰ্বৃত্তই আক্ৰমণ কৰা বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত নগাঁও জিলা কংগ্ৰেছে(Nagaon News)।