WATCH| Nagaon News: প্ৰেমৰ ভয়ংকৰ পৰিণতি
নগাঁও,২০ফেব্ৰুৱাৰী : প্ৰেমৰ কৰুণ পৰিণতি, প্ৰেমৰ বাবে বিহপান কৰি মৃত্যু প্ৰেমিক প্ৰেমিকাৰ।
ফুলকুমলীয়া বয়সতে প্ৰেমত পৰি প্ৰেমিকৰ সৈতে পলাই যোৱাৰ পৰিণতিত যুৱক-যুৱতীয়ে বিষপান কৰাৰ ঘটনাই চামগুৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছিল(Nagaon News)।
চামগুৰি কলিয়াবৰ বৰবালিটুপ গাঁৱৰ এহাল যুৱক যুৱতীৰ বিহপান কৰাত শনিবাৰে নিশা মৃত্যু হৈছিল। প্ৰেমিক মুকেশ বৰমনৰ আৰু অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে নিশা ৰাতি ১০ বজাত মৃত্যু হৈছে নাবালিকা যুৱতী গৰাকীৰ।
লগতে পঢ়ক:WATCH| Nalbari News: নলবাৰীত পুনৰ অনা অসমীয়া ব্যৱসায়ীৰ নিৰ্যাতনৰ সন্মুখীন হ’ল এজন অসমীয়া যুৱক