Local, Vocal, Global

Watch | Nagaon news: নগাঁও এপেক্স বেংকৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন

নগাঁও: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু CAA আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অ মুছলমান লোকৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নিৰ্দেশনাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

লগতে পঢ়ক: Watch | Galakey news: পুনৰ বন্ধ হ’ল চেপন – চোনপোৰা পথ