Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱত লংতৰাই কোম্পানীৰ সংবাদমেলৰ আয়োজন

নগাঁও,২৩জুন : নগাঁৱত লংতৰাই কোম্পানীৰ সংবাদমেলৰ আয়োজন।

লংতৰাই কোম্পানীৰ যাত্ৰা ত্ৰিপুৰা ৰাজ্যৰ পৰা আৰম্ভ হৈছিল।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে লংতৰাই গ্ৰাহকৰ ভাল সঁহাৰি পাবলৈ সক্ষম হৈছে।

লংতৰাই গ্ৰাহকক সদায় গুণগত মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰাৰ চেষ্টা কৰি আহিছে(Nagaon News)।

আনহাতে লংতৰাই মা-মচলাৰ পৰা আদি কৰি প্ৰতিটো সামগ্ৰী লংতৰাইৰ নিজা লেবলেটৰীত জোখ মাফ কৰি গ্ৰাহকলৈ প্ৰদান কৰা হয়।

নগাঁৱৰ তেলিয়াপট্টিস্থিত্ত বেংকুইট হলত লংতৰাই কোম্পানীৰ বিষয়ববীয়াই সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য প্ৰকাশ কৰে।

লগতে পঢ়ক : WATCH | Jamugurihat News : শয্যাগত অৱস্থাত জামুগুৰিহাটৰ এগৰাকী সুদক্ষ সাতোৰবিদ