Local, Vocal, Global

Nagaon News:গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা মণ্ডলিক পৰ্য্যায়ৰ খেল মহাৰণত নগাঁৱৰ ছাত্ৰীৰ সাফল্য

নগাঁও,১৮ফেব্ৰুৱাৰী : গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা মণ্ডলিক পৰ্য্যায়ৰ খেল মহাৰণত সাঁতোৰত নগাঁৱৰ এগৰাকী ছাত্ৰীৰ সাফল্য

নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত চাপানালা অঞ্চলৰ মাটীয়া পাহাৰৰ নিকিতা তাঁতীয়ে খেল মহাৰণৰ মণ্ডলিক পৰ্য্যায়ৰ চাৰিটা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে

উল্লেখ্য যে নিকিতা তাঁতীৰ এই সাফল্যত নিকিতাৰ পিতৃ মাতৃৰ লগতে অঞ্চলবাসীয়েও গৌৰৱ অনুভৱ কৰিছে । লগতে নিকিতা তাঁতীৰ এই সাফল্যত প্ৰশিক্ষক আকাশ বসুমতাৰীও উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে(Nagaon News)।

লগতে পঢ়ক:Delta Airlines plane crash: টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা