Local, Vocal, Global

WATCH | Nagaon News : নগাঁও জিলা সাংস্কৃতিক প্ৰকল্পত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

নগাঁও,১৬জুন : নগাঁও জিলা সাংস্কৃতিক প্ৰকল্পত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

সদৌ তিৱা ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও নগৰ সমিতিৰ সহযোগত উক্ত অনুষ্ঠানটিৰ আয়োজন কৰা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানটিত ১৩৫ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়(Nagaon News)।

উক্ত অনুষ্ঠানটিৰ আয়োজন কৰাৰ মূল লক্ষ্য হিচাপে তিৱা জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে আগবঢ়াই লৈ যাব পাৰি সেই উদ্দেশ্য আগত ৰাখি উক্ত অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে ।

উক্ত অনুষ্ঠানটিত তিৱা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি আন বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Eviction drive in Goalpara : গোৱালপাৰাত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান