Local, Vocal, Global

WATCH | Nagaon News : অসমত বাস কৰা ধৰ্মীয় সংখ্যালঘূ মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ

নগাঁও,১৫জুন : অসমত বাস কৰা ধৰ্মীয় সংখ্যালঘূ মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ ।

যাৰ কাৰণে মধ্যস্থলত বসবাস কৰা নগাঁও, মৰিগাঁও, হোজাই আৰু শোণিতপুৰ জিলাৰ নেতৃত্বক একগোট কৰি আমি এক কৰ্মশালাৰ আয়োজন কৰিছোঁ ।

আমি বিদেশীমুক্ত অসম বিচাৰো,খিলঞ্জীয়াৰ প্ৰভূত্ব থকা অসম বিচাৰো(Nagaon News)।

খিলঞ্জীয়া মুছলমান এতিয়াও যদি প্ৰয়োজন হয় পাকিস্তানৰ বিৰুদ্ধে যুঁজিব বিদেশীৰ বিৰুদ্ধে যুঁজিব এতিয়াও যদি প্ৰয়োজন হয়।

মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে বিৰোধী হিচাপে চৰকাৰে কৰা কামক সমৰ্থন জনাইছে ।

প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মিত্ৰজোটলৈ কেতিয়া আহে আমাক দিন তাৰিখ জনাই দিলে ভাল পাম।

লগতে পঢ়ক :WATCH | Bagurumba Dance : এইবাৰ বিশ্ব অভিলেখ গঢ়াৰ দিশে আগ বাঢ়িছে বাগৰুম্বা