Local, Vocal, Global

Watch | Nagaon News : অসমীয়া যুৱতীৰ শ্লীনতা হানিৰ চেষ্টা কৰা যুৱকক লপাথপা ৰাইজৰ

নগাঁও : মাজৰআটিৰ এগৰাকী যুৱতীক ৰাজপথত শ্লীনতাহানিৰ চেষ্টা।

ফকৰুদ্দিন, ইৰাজুল, ইজাজুল, মুজ্জাকিৰ আৰু শ্বৰিফুল নামৰ ৫যুৱকৰ সন্ত্ৰাস।

ৰাইজে আটক কৰিলে ফকৰউদ্দিন নামৰ লম্পটটোক।

ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন আন ৪ যুৱকৰ।

ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীক গতালে ফকৰউদ্দিনক।

ঘটনা সংঘটিত কৰা যুৱককেইজনৰ ঘৰ হেৰাপট্টিত।