Nagaon News: বঢ়মপুৰৰ অন্তৰ্গত লুং চুং চাহ বাগিছাৰ সাপ্তাহিক বজাৰৰ শুভ উদ্ধোধন
নগাঁও,১১ফেব্ৰুৱাৰী : বঢ়মপুৰৰ অন্তৰ্গত লুং চুং চাহ বাগিছাৰ সাপ্তাহিক বজাৰৰ শুভ উদ্ধোধন।
বজাৰৰ শুভ উদ্ধোধন কৰে বিধায়ক জিতু গোস্বামীয়ে।
লুং চুং চাহ বাগিছা অঞ্চলৰ ৰাইজৰ কাৰণে মুকলি কৰা হল এখন সাপ্তাহিক বজাৰখন(Nagaon News)।
গ্ৰাহকে উচিত মূল্যত নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পৰাকৈ বজাৰখন মুকলি কৰা হৈছে।
উল্লেখ্য যে বজাৰখন নৱবৰ্ষৰ তিনিটা সপ্তাহ ধৰি প্রতি মঙলবাৰে বহিছিল যদিওঁ আজি অনুষ্ঠানিকভাৱে বজাৰখনৰ শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। লগতে বজাৰখনক লৈ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত ভাল সঁহাৰি পোৱা গৈছে বুলি জানিবলৈ দিয়ে সমিতিৰ বিষয়ববীয়াসকলে।
লগতে পঢ়ক :Dead Body found in Jorhat: যোৰহাটত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ