WATCH | Nagaon News : গাঁও জিলা চকীটুপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁও,৩১মে : গাঁও জিলা চকীটুপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন।
বিদ্যালয়খনৰ ৫৬ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে পুৱাৰ ভাগত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়।
সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষিয়ত্ৰী সকল উপস্থিত থাকে( Nagaon News)।
লগতে দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি।
লগতে পঢ়ক : WATCH | Bilasipara News : পঞ্চয়ত সভাপতি সমৰ্থন নকৰাৰ বাবে ৱাৰ্ড সদস্যক অপহৰণ !