Local, Vocal, Global

WATCH | Nagaon News : নগাঁও প্ৰেছ ক্লাবত যুৱ নেতা ৰাইহান উদ্দিনৰ সংবাদমেল সম্বোধন

নগাঁও,২৯মে’ : নগাঁও প্ৰেছ ক্লাবত যুৱ নেতা ৰাইহান উদ্দিনৰ সংবাদমেল সম্বোধন ।

বাংলাদেশী নামত যেনেকৈ স্বদেশী মানুহক হাৰা শাস্তি কৰা হৈছে এইটো দুৰ্ভাগ্যজনক।

শ্বেখ হাচিনাৰ দৰে বাংলাদেশী মানুহ ভাৰতত সোমাই আছে তেওঁলোকক খেদক ।

বিজেপিয়ে বাংলাদেশীক ধৰাৰ নামত এ আই ইউ ডি এফক খোৰাক দিছে নেকি বুলি সমালোচনা যুৱনেতা জনৰ ।

আনহাতে বিজেপিৰ সংখ্যালঘূ নেতাৰ স্থিতি কি সেইয়া স্পষ্ট কৰিব লাগে(Nagaon News)।

বিজেপিৰ সংখ্যালঘু নেতা নিমাত কিয় হৈ আছে ।

সংখ্যালঘুৰ ভোট লৈ জয়ী হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ স্থিতি স্পষ্ট কৰক।

সংখ্যালঘু সংগঠন একগোট হৈ চৰকাৰে যি স্বদেশী মানুহক সংখ্যালঘু সজাই যি হাৰা শাস্তি কৰি আছে তাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ হাতত ল’ব লাগে।

এটা জাতিক তুচ্ছতাচিল্য কৰি যি টাৰ্গেট কৰা হৈছে আৰু ডিটেঞ্চন কেম্প বাংলাদেশী সজোৱা হৈছে তাৰ ক্ষেত্ৰত সংখ্যালঘূ দল সংগঠন একগোট হ’ব লাগিব।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিৰ কৃতি ছাত্ৰ অনুৰণ মহন্তৰ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ