WATCH | Nagaon News : নগাঁও কাৰ্বি আংলং সীমান্তত শ্ৰমিকৰ মৃত্যু

নগাঁও,২৮মে’ : নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তি শুকানজুৰিৰ অন্তৰ্গত নৱজ্যোতি গাঁৱৰ দুজন শ্ৰমিকৰ মৃত্যু ।
মৃত শ্ৰমিক দুজন বাবু মুড়া আৰু ভাইলা মুড়া বুলি জানিব পৰা গৈছে ।
নগাঁও-কাৰ্বিআংলং সীমান্তৰ শিলৰ কোৱাৰিটোত সংঘটিত হৈছে ঘটনাটো(Nagaon News)।
শ্ৰমিক দুজনক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু ঘোষণা কৰে।
লগতে পঢ়ক : WATCH | Boko Protest : অৰুণোদয় আঁচনি কেলেংকাৰীৰ বিৰুদ্ধে বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ