Local, Vocal, Global

WATCH | Nagaon News : সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ সভাৰ আয়োজন

নগাঁও,২৬মে’ : সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ সভাৰ আয়োজন।

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠানটিৰ আয়োজন কৰা হয়(Nagaon News)।

অনুষ্ঠানটিত তিনি খনকৈ জিলা লৈ মণ্ডল গঠন কৰা হয়।

মণ্ডল কেইখনত একো একোজন উপ সভাপতিক ইনচাৰ্জ হিচাপে দায়িত্ব প্ৰদান কৰা হয়।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীৰ শ্ৰীশ্ৰী জাগাৰা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ ৪৫৯ সংখ্যক তিৰোভাৱ তিথি উদযাপন