WATCH | Nagaon News : নগাঁও জিলা পুথিভঁৰালত পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বিজেপিৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা
নগাঁও,২৬মে’ : নগাঁও জিলা পুথিভঁৰালত পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বিজেপিৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় ।
নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।
উক্ত অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিতিত প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়(Nagaon News)।
লগতে উক্ত নিৰ্বাচনতটিত বিজেপি দলৰ বিজিত হোৱা প্ৰাৰ্থী সকল দলৰ হৈ কাম কৰাৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : WATCH | Nalbari News : সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা গঠন