Local, Vocal, Global

WATCH | Nagaon News : উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ CPRO কৃপাজল কিশোৰ শৰ্মাৰ সংবাদমেল

নগাঁও,২০মে’ : নগাঁও জিলা হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ সন্দৰ্ভত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ CPRO কৃপাজল কিশোৰ শৰ্মাৰ সংবাদমেল সম্বোধন।

সংবাদমেলত CPRO কৃপাজল কিশোৰে কয়

‘হয়বৰগাঁও ষ্টেচনৰ কাম বৰ্তমান উন্নতমানৰ চলি আছে’।

‘উত্তৰ পূৰ্বাঞ্চলৰ ৬০ টা ৰে’লৱে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে’।

‘হয়বৰগাঁও ষ্টেচনৰ পৰ্কিংৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰা হৈছে’।

‘প্ৰধানমন্ত্ৰীৰ চাবকা সাথ চাবকা বিকাশ লক্ষ্যৰে ৰেলৱে ষ্টেচনসমূহৰ কাম হাতত লোৱা হৈছে’।

‘অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কৰা হৈছে'(Nagaon News)।

নতুনকৈ গঢ় লৈ উঠা ষ্টেচনত সমূহত ৱেইটিং হ’ল, passanger arrangements প্ৰতিটোৰ সহায়ক হ’ব।

অহা ২২ মে’ তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ ১২২ টা ষ্টেচন মুকলি কৰা হ’ব।

লগতে পঢ়ক :WATCH | Former AASU general secretary Sankar Jyoti Baruah arrested : শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই নিয়া কাৰ্যক ধিক্কাৰ ৰাজ্যৰ ৰাজনৈতিক, সামাজিক সংগঠনেৰে জড়িত বিভিন্নজনৰ