WATCH | Nagaon News : নগাঁও চৰকাৰী বালিকা বিদ্যালয়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ প্ৰতিক্ৰিয়া
নগাঁও,১২মে’ : নগাঁও চৰকাৰী বালিকা বিদ্যালয়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ প্ৰতিক্ৰিয়া ।
জিলা প্ৰশাসনৰ প্ৰতিটো দিশতেই ব্যৱস্থা কৰাৰ লগতে আৰক্ষী প্ৰশাসনে বহুখিনি সহায় কৰিছে(Nagaon News)।
দেওবাৰৰ পৰা আৰম্ভ হোৱা ভোট গণনা বৰ্তমান শান্তিভাৱে চলি আছে ।
নগাঁও চৰকাৰী বালক বিদ্যালয়ত প্ৰায় ৯০ শতাংশ ভোটগণনা সম্পূৰ্ণ হৈছে।
আজি দ্বিতীয় দিনা আবেলি ভাগত সমগ্ৰ ভোটগণনা সম্পূৰ্ণ হ’ব।
লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰা সম জিলাৰ কাৰ্যালয়ত অঘটন