WATCH | Nagaon News : পুনৰ বেলেট পেপাৰত বিসংগতি !
নগাঁও,৭মে’ : নগাঁৱৰ ৭নং চাপানালা গাওঁ পঞ্চায়তৰ ৪ নম্বৰ বাৰ্ডৰ ৬৪ চাপানালা ডাক বাংলা ভোট গ্ৰহন কেন্দ্ৰত বিসংগতি।
মামনি তাঁতী নামৰ প্ৰাৰ্থী গৰাকীৰ প্ৰতীক চিহ্ন লেমৰ পৰিৱৰ্তে দমকল অহাক লৈ সৃষ্টি হয় বিসংগতিৰ।
বেলট পেপাৰৰ বিসংগতিৰ ফলত পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহন।
ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈছে উচ্চপদস্থ নিৰ্বাচনী বিষয়া(Nagaon News)।