WATCH | Nagaon News: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা মুল অভিযুক্তক গ্ৰেপ্তাৰ
নগাঁও,১৯এপ্ৰিল : নগাঁৱৰ ৰূপহীহাটৰ নতুন বজাৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক কিছুদিন পূৰ্বে বৰ্বৰ ভাবে আক্ৰমণ কৰা অন্যতম আক্ৰমণকাৰী ৰছিদুল ইছলামক আটক কৰিছে নগাঁও আৰক্ষীয়ে।
নগাঁৱৰ কলিয়াবৰ আৰু চামগুৰি আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছে ৰছিদুল হʼক(Nagaon News)।
বহু অপৰাধমূলক ঘটনা, ডকাইতি আদিৰে সৈতেও জড়িত আছিল ৰছিদুল ইছলাম।
লগতে পঢ়ক : WATCH | Rangia News :কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি ৰঙালী বিহু উৎসৱ উদযাপন