Local, Vocal, Global

WATCH | Nagaon News : চামগুৰি সমষ্টিৰ হেৰাপাতিত সাংসদ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও,১৫এপ্ৰিল : চামগুৰি সমষ্টিৰ হেৰাপাতিত সাংসদ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ।

নগাঁও চামগুৰি সমষ্টিৰ ভকত গাওঁ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ই আৰ মোস্তান কিদুৱাইৰ বাসগৃহত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

সভাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন উপস্থিত থাকে। নগাঁও চামগুৰি সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা ভকত গাওঁ জিলা পৰিষদত সাংসদ ৰকিবুল হুছেইনে আজি প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ চলায়।সভাত কেইবা শতাধিক লোকৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ বিষয় ববীয়া, ব্লক কংগ্ৰেছৰ বিষয়া ববীয়াৰ লগতে বিভিন্ন পঞ্চায়তৰ কংগ্ৰেছ সমৰ্থিত সদস্য/সদস্যা সকল উপস্থিত থাকে(Nagaon News)।

লগতে পঢ়ক :WATCH | MLA AK Rashid Alam : আন্ধাৰৰ ৰজা বিধায়কক লৈ ক্ষোভিত জনতা