WATCH | Nagaon News : নগাঁও জিলা নেহেৰুৱালিত অসমী ব’হাগী মেলাৰ আয়োজন
নগাঁও,১০এপ্ৰিল : নগাঁও জিলা নেহেৰুৱালিত অসমী ব’হাগী মেলাৰ আয়োজন।
তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে অসমী ব’হাগী মেলা ।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান উদ্যোগত লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসমী বহাগী মেলা ২০২৫ ৰ আয়োজন কৰা হৈছে ।
উক্ত মেলাখনত বিশেষকৈ গাঁৱৰ আত্মসহায়ক গোটৰ মহিলাসকলে নিজ হাতেৰে প্ৰস্তুত কৰা পিঠাপনা,মেখেলা চাদৰ,গামোচা আদি প্ৰদৰ্শন কৰা হৈছে
উল্লেখ্য যে অতি কম মূল্যতে এই মেলাখনৰ বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ পাব নগাঁওবাসী ৰাইজে(Nagaon News)।
লগতে অসমী ব’হাগী মেলা ২০২৫ ৰ শুভ উদ্ধোধন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায