Local, Vocal, Global

WATCH | Nagaon News : বঢ়মপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচী

নগাঁও,৮এপ্ৰিল : বঢ়মপুৰ সমষ্টিত অন্তৰ্গত কঠালগুৰি গাঁও পঞ্চায়ত আৰু চপানলা গাঁও পঞ্চায়তৰ ৱাৰ্ড নং ৬ আৰু ৯ ৰ অন্তৰ্গত কংগ্ৰেছ দল আৰু আন আন দলৰ কেইবাগৰাকীও সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে9Nagaon News)।

উল্লেখ্য যে উক্ত যোগদান অনুষ্ঠানটিত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ পুৰণিগুদাম মণ্ডলৰ সভাপতি নিতু মুদৈৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী। লগতে উক্ত এই যোগদান অনুষ্ঠানত উপস্থিত থাকি সদস্য সকলক ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনোৱা হয়।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘বিজেপিয়ে কোনো প্ৰতীক চিহ্ণত নিৰ্বাচন নেখেলে’