Local, Vocal, Global

WATCH | Nagaon News : নগাঁও জিলা কমলা তোদী স্মৃতি ভৱনত ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱৰ স্মৃতিচাৰণ সভা

নগাঁও,৭এপ্ৰিল : নগাঁও জিলা কমলা তোদী স্মৃতি ভৱনত ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱৰ স্মৃতিচাৰণ সভাৰ আয়োজন ।

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত উক্ত অনুষ্ঠানটিৰ আয়োজন কৰা হয়(Nagaon News)।

অনুষ্ঠানটিত ভদ্ৰেশ্বৰ ৰাজখোৱা দেৱৰ এখনি স্মৃতি গ্ৰন্থ মুকলি কৰা হয়। লগতে অনুষ্ঠানটিত হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, নগাঁও জিলা সভাপতি ড: শৰৎ চন্দ্ৰ বৰকটকী, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা,বিশিষ্ট সাহিত্যিকসকল উপস্থিত থকাৰ লগতে বহু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Zubeen Garg : মায়াবিনী, মাজুলীৰে পুনৰ দৰ্শকক মোহাচ্ছন্ন কৰিলে জুবিন গাৰ্গে