Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

নগাঁও,২৯মাৰ্চ : নগাঁৱত সাংবাদিকৰ প্ৰতিবাদ।

নগাঁও প্ৰেছ ক্লাৱ সন্মুখত জিলাখনৰ বিভিন্ন স্থানৰ বহুকেইগৰাকী জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকে ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Nagaon News)।

জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে এটাৰ পিছত আনটো ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাই আজুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি গ্ৰহণ কৰে এই কাৰ্যসূচী।

লগতে পঢ়ক : WATCH | Journalist Dilwar Hussain : ৰজা-মহাৰজাৰ দিনৰ দৰে চলিছে শাসন’। ‘মুখ্যমন্ত্ৰীয়ে যি কয় সেয়াই নিয়ম’