Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱৰ কপিলী হাস্পতালৰ বিৰুদ্ধে গোচৰ ৰুজু

নগাঁও,২৮মাৰ্চ : নগাঁৱৰ কপিলী হাস্পতালৰ বিৰুদ্ধে গোচৰ ৰুজু । গোচৰ ৰুজু হৈছে নগাঁও মেডিকেল কলেজৰ বিৰুদ্ধেও।

মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে গোচৰ।

২০২৫ৰ ১৮ ফেব্ৰুৱাৰীত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰ তৰিছিল ড° সুৰজিত ভাগৱতীয়ে।

চিকিৎসাত হেমাহিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগত গোচৰ ৰুজু(Nagaon News) ৷

সুৰজিত ভাগৱতীৰ কন্যাৰ চিকিৎসাত হৈছিল হেমাহি ৷

ভাগৱতীৰ কন্যা অংগনা ভৰদ্বাজৰ মৃত্যু হৈছিল ২০২৪ৰ ১৬ ডিচেম্বৰত।

নগাঁও জিলা আয়ুক্তক এজন জেষ্ঠ ন্যায়ধীশৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিয়ে মানৱ অধিকাৰ আয়োগে।

লগতে পঢ়ক : WATCH | Tinsukia News : কছাৰী ছাত্র সন্থাৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ