Local, Vocal, Global

WATCH | Nagaon News: ৰূপহীহাটৰ ভাটিয়াখালিত উত্তপ্ত পৰিস্থিতি

ৰূপহীহাট,৮মাৰ্চ : ৰূপহীহাটৰ ভাটিয়াখালিত উত্তপ্ত পৰিস্থিতি। গৰু চুৰিৰ বাহন ভাঙি লণ্ডভণ্ড ৰাইজৰ।

প্ৰত্যেক নিশাই বিলাসী বাহনখনেৰে গৰু চুৰি কৰি আহিছিল। বৃহস্পতিবাৰে নিশাই ৰাইজে খেদিছিল বাহনখনক যদিও পলায়ণ কৰিছিল। দিনৰ ভাগত গাড়ীখনক প্ৰত্যক্ষ কৰি ৰাইজে আগভেটা দিবলৈ যোৱাত গাড়ী এৰি পলায়ণ কৰে গৰু চোৰটোৱে(Nagaon News)।

১নং ভাটিয়াখালিৰ শ্বৰীফুল ইছলাম নামৰ লোকজনে চোৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰাইজৰ।

AS12Y2361 নম্বৰৰ বেল’নু বাহনখনক উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰি চমজাই দিয়ে আমবাগান আৰক্ষীক।

লগতে পঢ়ক :WATCH | International Women’s Day 2025: ডিব্ৰুগড় আন্তঃজাতিক নাৰী দিৱস উদযাপন