WATCH | Nagaon News: প্ৰশাসনৰ বাধাৰ পাছতো ৰূপহীহাটত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ সভা
নগাঁও,২৩ফেব্ৰুৱাৰী : প্ৰশাসনৰ বাধাৰ পাছতো ৰূপহীহাটত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ সভা।
বৃহৎ আৰক্ষী বাহিনীয়ে টহল দি ৰখাৰ নোৱাৰিলে কংগ্ৰেছৰ সভা(Nagaon News)।
প্ৰশাসনে মাইক যোগে কংগ্ৰেছৰ সভালৈ নাজাবলৈ কোৱাৰ পিছতো ৰূপহী হাটৰ হাতী পুখুৰীত সভা কৰিবলৈ উপস্থিত হ’ল কংগ্ৰেছ দলৰ নেতা সকল ।
ৰূপহীহাটৰ হাতী পুখুৰীত সভা কৰিবলৈ উপস্থিত হল সাংসদ ৰকিবুল হুছেইন সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰূপহী হাটৰ বিধায়ক নুৰুল হুদা বিধায়িকা শিবা মণি বৰা আৰু কেইজনমান কংগ্ৰেছৰ বিধায়ক উপস্থিত হয়।
লগতে পঢ়ক:WATCH | Dergaon News: মন্দিৰ নিৰ্মাণত বাধা প্ৰদান কৰে মানচু খাউণ্ডৰ