Local, Vocal, Global

Nagaon Fish Traders Indefinitely Halt Supply to Upper Assam : নগাঁৱৰ ব্যৱসায়ীয়ে উজনি অসমলৈ প্ৰেৰণ নকৰে মাছ

নিউজ ডেস্ক,২৭আগষ্ট : আজিৰে পৰা উজনিৰ লোকে নাপাব নগাঁৱৰ মাছ। অনিৰ্দিষ্ট কাললৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ। উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিব মাছ। উজনিৰ পৰা মিঞা হাটাও হুংকাৰৰ পাছতে এই সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ(Nagaon Fish Traders Indefinitely Halt Supply to Upper Assam)।

মৎস্য ব্যৱসায়ীসকলৰ এই সিদ্ধান্তক উজনি অসমৰ একাধিক দল, সংগঠনে আদৰণি জনাইছে। তেওঁলোকে এই সিদ্ধান্তৰ জৰিয়তে উজনি অসমত থলুৱা যুৱকে মাছ উৎপাদনেৰে চাহিদা পূৰণ কৰাৰ লগতে নিজেই এই ব্যৱসায়ত জড়িত হোৱাৰ বাবে বাট মুকলি হৈছে বুলি মুকলিকৈ প্ৰকাশ কৰিছে(Nagaon Fish Traders Suspend Supply to Upper Assam Indefinitely)।

লগতে পঢ়ক : Japanese Encephalitis : নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু