WATCH | Naga aggression in Merapani : পুনৰ মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন
মেৰাপানী,২৩জুন : পুনৰ মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন। অসমীয়াৰ বাৰীৰ তামুল কাটি লগালে ৰবৰৰ পুলি। ঘটনাস্থলিত উপস্থিত সীমান্তত নিয়োজিত চি আৰ পি এফ।
গড়বস্তিৰ ৰামবল গড় নামৰ ব্যক্তি জনৰ বাৰীৰ তামুল পুলি উভালি নগাই ৰূপন কৰিলে ৰবৰৰ পুলি। ইয়াকে লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Naga aggression in Merapani)।
টনাস্থলিত চি আৰ পি এফ উপস্থিত হৈছে যদিও নগাই বাধা আৰোপ কৰি উভতাই পথাই আৰু উক্ত মাটি ডোখৰত নাগালেণ্ডৰ বুলি দাবী কৰে।
লগতে পঢ়ক :WATCH | Dhing News : ধিং সমষ্টিত ৰাইজৰ দলৰ সমষ্টি সমিতি পুনৰ গঠন