Mysterious Explosions Rock Guwahati:গুৱাহাটীত ৰহস্যজনক বিস্ফোৰণৰ শব্দ

নিউজ ডেস্ক,২৬জানুৱাৰী : গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটীত ৰহস্যজনক বিস্ফোৰণৰ শব্দ(Mysterious Explosions Rock Guwahati)।
লালমাটিৰ ব্ৰহ্মপুত্ৰ পাৰ্কিঙত শুনা গ’ল প্ৰচণ্ড বিস্ফোৰণৰ শব্দ(Mysterious Explosions Rock Guwahati on Republic Day)।
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল ।
শব্দৰ উৎস বিচাৰি বেহাৰবাৰীত আৰক্ষীৰ অভিযান।
এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।
লগতে পঢ়ক :Republic Day 2025 : ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ডিব্ৰুগড়বাসী