Musician Pushparanjan Dey passes away : সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান

নিউজ ডেস্ক,২৪জুলাই : সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান।
কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞগৰাকী(Musician Pushparanjan Dey passes away)।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
আজি বেলতলাৰ সৌৰভ নগৰস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে।