WATCH | Mushalpur News: বাক্সাত শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী পালন
মুছলপুৰ, ৯মাৰ্চ : আজি দামোদৰ দেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী । বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বড়িমাখা হৰি মন্দিৰ প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীশ্ৰী দামোদৰ দেৱৰ জন্ম জয়ন্তী উৎসৱ(Mushalpur News)।
এই উপলক্ষে পুৱাৰেপৰা ৰূপায়িত হৈছে পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন, দামোদৰ দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ইত্যাদি কাৰ্যসূচী । দামোদৰ দেৱ সংঘৰ পতাকা উত্তোলন কৰে বাক্সা জিলা দেৱ দামোদৰ সংঘৰ সভাপতি ব্ৰজমোহন কলিতাই । ইয়াৰ পিছতে আয়তীৰ নাম-প্ৰসঙ্গৰে জীপাল হ’ব বড়িমাখা হৰি মন্দিৰ প্ৰাঙ্গণ ।
লগতে পঢ়ক : WATCH | Nagarbera News: ৩০ বছৰে মুকলি নহ’ল ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসাল