Local, Vocal, Global

WATCH | MP Rakibul Hussain: ‘বিজেপিয়ে মোক শেষ কৰি পেলাওক নহ’লে মই বাগৰি বাগৰি সংখ্যালঘুক সহায় কৰিম’

নিউজ ডেস্ক,২৮এপ্ৰিল : ‘বিজেপিয়ে মোক শেষ কৰি পেলাওক নহ’লে মই বাগৰি বাগৰি সংখ্যালঘুক সহায় কৰিম। ৰাইজে মোক মৰম কৰি থকালৈকে মোক কোনেও ৰুদ্ধ কৰিব নোৱাৰে’।

‘হিমন্ত বিশ্ব শৰ্মাৰ দিনত এজন বঙালী মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত ৪জন বঙালী হিন্দু মন্ত্ৰী আছিল(MP Rakibul Hussain)।’

নিৰ্বাচনী প্ৰচাৰ সভাত হুংকাৰ ৰকিবুল হুছেইনৰ।

লগতে পঢ়ক : WATCH | Sukur Ali: বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত শুকুৰ আলী