Local, Vocal, Global

‘Most beautiful biker’ Tatyana Ozolina dies in motorbike accident : ৰাছিয়াৰ সুন্দৰী বাইকাৰ’ তাতয়ানা অ’জ’লিনাৰ মৃত্যু

নিউজ ডেস্ক,২৫জুলাই : তাতয়ানা অ’জ’লিনাৰ মৃত্যু । এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ’ হিচাপে পৰিচিত তাতয়ানা অ’জ’লিনাৰ ।

প্ৰাপ্ত তথ্য অনুসৰি , তুৰ্কীত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হয় বাইকাৰগৰাকীৰ। ৰাইডিঙৰ সময়তে এখন ট্ৰাকত খুন্দা মাৰে অ’জ’লিনাৰ বাইকে। তাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(‘Most beautiful biker’ Tatyana Ozolina dies in motorbike accident) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱৰা পিছতে দুৰ্ঘটনাগ্ৰস্ত মহিলা বাইকাৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তাতয়ানা অ’জ’লিনাক(Tatyana Ozolina, Dubbed “Russia’s Most Beautiful Biker”, Dies In Motorbike Crash In Turkey)।

লগতে পঢ়ক : Japanese Encephalitis : নগাঁৱৰ বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছে আক্ৰান্ত হৈ মৃত্যু মহিলাৰ