Local, Vocal, Global

WATCH | Morigaon News : স্বদেশীক বিদেশী সজাই কৰা হাৰশাস্তি সত্য প্ৰমাণ হোবাৰ দাবী সদৌ অসম মুছলিম ছাত্ৰ

মৰিগাঁও,৩১মে’ : স্বদেশীক বিদেশী সজাই কৰা হাৰশাস্তি সত্য প্ৰমাণ হোবাৰ দাবী সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীৰ ।

মৰিগাঁৱৰ পৰা বিতাৰিত শিক্ষক খাইৰুলক ইছলামৰ প্ৰসংগ টানি আনি মুছাৰ নেতা ৰাব্বানীয়ে কয় শিক্ষক খাইৰুল ইছলাম বিদেশী নহয় । প্ৰথমৰ পৰই এই দাবীত অটল আছিল তেওঁলোক ।

মুছলিম ছাত্ৰ সংগঠনটোৱে চৰাকৰে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰা কাৰ্যৰ বিৰোধিতা কৰি যি আন্দোনল চলাই আহিছিল, এই আন্দোলনত হেয় মানিছে ৰাজ্য চৰকাৰ গৃহ বিভাগে আৰু বিদেশী বুলি বিতাৰণ কৰা মৰিগাঁও খাইৰুল ইছলাম পুনৰ অসমলৈ ঘুৰাই আনিবলৈ বাধ্য হ’ল চৰকাৰ(Morigaon News)।

আজি এনেদৰে চৰকাৰক সমালোচনা কৰি ডি ভোটাৰ সমস্যাটো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব সমাধনৰ বাবে আহ্বান জনায় মুছাৰ সভাপতি ৰাব্বানীয়ে।

লগতে পঢ়ক :WATCH | Ration Card Benefits : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ