Local, Vocal, Global

WATCH | Moral Policing in Gossaigaon : ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

গোসাইগাঁও,২১মে’ : ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা।

এইবাৰ মোবাইল চুৰিৰ অভিযোগত এজন লোকক তালিবানী শাস্তি(Gossaigaon)।

ধুবুৰী জিলাৰ সাপটগ্ৰাম বজাৰত এই ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক : WATCH | Mushalpur News : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মাৰবান্ধি থি‌য় হৈছে শাসকীয় দল বিজেপি