Local, Vocal, Global

WATCH | Moirabari News : ৰজাগাধোৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

মৈৰাবাৰী,১৩মে’ : লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত ৰজাগাধোৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰ ২০৪০ টা ভোটৰ ব্যৱধানত জয়ী হৈছে। মুঠ ১৯৯৬৭ টা ভোট লাভ কৰে(Moirabari News)।

কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবিনা ইয়াচমীনক ২০৪০ টা ভোটত পৰাজিত কৰে।

লগতে পঢ়ক : WATCH | Hajo News : হাজোত পুনৰ সাংগঠনিক ভেটি মজবুত দেখা গ’ল কংগ্ৰেছৰ